অর্থ : গালি পৰা কার্য ্বা ভাব
উদাহরণ :
পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল
সমার্থক : অপযশ, অপামান, ককর্থ্্না, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি