অর্থ : আকাশক চুব পৰাৰ সমান ওখ
উদাহরণ :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
সমার্থক : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
অর্থ : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
উদাহরণ :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
সমার্থক : আকাশভেদী