সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য
উদাহরণ : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল
অর্থ : খুন্দা বা কুটাৰ কার্য
উদাহরণ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
সমার্থক : কুটা, বনা
অর্থ : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য
উদাহরণ : মহিলাসকলে ধান বানি আছে
সমার্থক : খুনা, বনা
অর্থ : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা
উদাহরণ : ঘেঁহু পিহা হʼল
সমার্থক : পিহা
ইনস্টল