অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
উদাহরণ :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
সমার্থক : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
অর্থ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
উদাহরণ :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
সমার্থক : বহিষ্কৃত
অর্থ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
উদাহরণ :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
সমার্থক : বহিষ্কৃত