সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত শুল্ক বা কৰ লগা নাই
উদাহরণ : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত
সমার্থক : কৰহীন, নিষ্কৰ, লাখেৰাজ
অর্থ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
উদাহরণ : দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
সমার্থক : কৰ মুক্ত
অর্থ : যʼত কৰ আৰোপ কৰা হোৱা নাই
উদাহরণ : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
সমার্থক : কৰহীন
ইনস্টল