সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
উদাহরণ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
সমার্থক : অৱক্ষয়
অর্থ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
উদাহরণ : কাৰো অপকাৰ নকৰিবা
সমার্থক : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
অর্থ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
উদাহরণ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
সমার্থক : অপচয়, হ্রাস
অর্থ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
উদাহরণ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
সমার্থক : উচ্ছেদ, নিপাত, বিলোপ, লোপ
ইনস্টল