সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ভোক লাগিছে
উদাহরণ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
সমার্থক : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাতুৰ, ভোকাল
অর্থ : যি ভোকত মৰো মৰো হয়
উদাহরণ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
সমার্থক : ক্ষুধার্ত, ভোকত মৰা-, ভোকাতুৰ, ্ভোকাল
ইনস্টল