সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাখীৰত পগোৱা চাউল
উদাহরণ : মই পায়স বৰ ভাল পাওঁ
সমার্থক : খীৰ, পায়স
অর্থ : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ
উদাহরণ : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ
সমার্থক : গাখীৰ, দুগ্ধ
ইনস্টল