সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
উদাহরণ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
সমার্থক : এনার্জি, তেজ, শক্তি
অর্থ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
উদাহরণ : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
সমার্থক : ধাৰণ ক্ষমতা
অর্থ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
উদাহরণ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
সমার্থক : উপযুক্ততা, যোগ্যতা, সামর্থ্য
অর্থ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
উদাহরণ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
সমার্থক : শক্তি, সামর্থ্য
ইনস্টল