সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
উদাহরণ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
সমার্থক : নিমেষ, পলক
অর্থ : একেবাৰে কম সময়
উদাহরণ : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
সমার্থক : অলপ সময়, কম সময়, খন্তেক
অর্থ : যিটো হিচাপতকৈ কম
উদাহরণ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
সমার্থক : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
ইনস্টল