সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি
উদাহরণ : সময় কাৰোবাবে ৰৈ নাথাকে
সমার্থক : কাল, বেলা, সময়
অর্থ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
উদাহরণ : এই কামটো কৰিবৰ সময় হʼল
সমার্থক : দাও, বেলা, সময়, সুচল, সুযোগ
অর্থ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
উদাহরণ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
সমার্থক : নিমেষ, লহমা
অর্থ : অনিশ্চিত কম সময়
উদাহরণ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
সমার্থক : খন্তেক, চেকেণ্ড, মিনিট
ইনস্টল