অর্থ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
উদাহরণ :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
সমার্থক : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
অর্থ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
উদাহরণ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
সমার্থক : বুজোৱা
অর্থ : স্থিৰ কৰা
উদাহরণ :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
অর্থ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
উদাহরণ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
সমার্থক : লোৱা
অর্থ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
উদাহরণ :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
সমার্থক : জনোৱা
অর্থ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
উদাহরণ :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
সমার্থক : উচ্চাৰণ কৰা
অর্থ : কিবা কৈ বাধক হোৱা
উদাহরণ :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
অর্থ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
উদাহরণ :
পইচাই কথা কয়
অর্থ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
উদাহরণ :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
অর্থ : কিবা কৰিবলৈ আদেশ দিয়া
উদাহরণ :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
সমার্থক : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
অর্থ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
উদাহরণ :
তেওঁ কʼলে যে ৰহিম আজি নাহে
অর্থ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
উদাহরণ :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে