অর্থ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
উদাহরণ :
তেওঁ বিচনাখন কোবাই আছে
সমার্থক : কোবাই থকা
অর্থ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
উদাহরণ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
সমার্থক : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা