সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ঘটি গৈছে
উদাহরণ : তেওঁ নিজৰ জীৱনত সংঘটিত ঘটনাৰ বর্ণ্্না কৰি আছিল
সমার্থক : সংঘটিত, সাধিত
অর্থ : যিটো কৰা হৈ গৈছে
উদাহরণ : কৃত কার্যক ্ দোহাৰি লাভ নাই
সমার্থক : নিষ্পন্ন, সংঘটিত, সম্পন্ন, সাধিত
অর্থ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
উদাহরণ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
সমার্থক : নির্মিত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ইনস্টল