অর্থ : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
উদাহরণ :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
অর্থ : পূবৰ পৰা বৈ অহা বতাহ
উদাহরণ :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
সমার্থক : কুৰুৱা বতাহ