সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
উদাহরণ : সকলোৰে মংগল ভগৱানৰ হাতত আছে
সমার্থক : কল্যাণ, মংগল
অর্থ : সুখী আৰু সুস্থভাৱে থকা অৱস্থা
উদাহরণ : ঘৰত সকলো কুশলে আছে
অর্থ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
উদাহরণ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
সমার্থক : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ইনস্টল