অর্থ : জ্যোতিষ শাস্ত্র অনুসৰি ৰাশিচক্রৰ একাদশ ৰাশি
উদাহরণ :
এই মাহৰ অন্তত সূর্য্য কুম্ভ ৰাশিত প্রৱেশ কৰিব
সমার্থক : কুম্ভ ৰাশি, কুম্ভৰাশি
অর্থ : মাটিৰ কলহ
উদাহরণ :
এই কুম্ভত পান কৰিবৰ বাবে স্বচ্ছ জল ৰখা হৈছে