অর্থ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
উদাহরণ :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
সমার্থক : অক্ষতযোনি নাৰী, কন্যা
অর্থ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
উদাহরণ :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
অর্থ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
উদাহরণ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
সমার্থক : অবিবাহিত, অবিবাহিত মহিলা
অর্থ : যি স্ত্রী ৰজস্বলা হোৱা নাই
উদাহরণ :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
সমার্থক : কুঁৱৰী