অর্থ : এবিধ লতাজাতীয় গছত লগা পটলৰ নিচিনা ফল, যাক চব্জি বনাই খোৱা যায়
উদাহরণ :
শীলাই কুন্দুলিৰ চব্জি ৰান্ধিছে
সমার্থক : কুন্দুলী
অর্থ : এবিধ লতাজাতীয় গছ ...???
উদাহরণ :
কুন্দুলি গছত পটলৰ নিচিনা ফল লাগে
সমার্থক : কুন্দুলি গছ, কুন্দুলী