সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
উদাহরণ : ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
অর্থ : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
উদাহরণ : কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
সমার্থক : নিশান্ধ
অর্থ : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
উদাহরণ : ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
সমার্থক : নিশান্ধতা
অর্থ : যি ৰাতি দেখা নাপায়
উদাহরণ : কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
ইনস্টল