সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
উদাহরণ : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
সমার্থক : কৃতিত্ব, মহৎ কার্য
অর্থ : খ্যাত হোৱা অৱস্থা বা ভাব
উদাহরণ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
সমার্থক : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
অর্থ : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
উদাহরণ : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
সমার্থক : কৃতকর্ম, কৃর্তিত্ব
ইনস্টল