সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মিস্ত্রীৰ কাম
উদাহরণ : মনোহৰে চহৰত মিস্ত্রী কৰে
সমার্থক : কাৰিকৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
অর্থ : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়
উদাহরণ : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে
সমার্থক : কাৰিকৰ, বাঢ়ৈ, মিস্ত্রী
অর্থ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
উদাহরণ : কাৰিকৰজন আজি কামলৈ নাহিল
সমার্থক : কাৰিকৰ
ইনস্টল