অর্থ : মিস্ত্রীৰ কাম
উদাহরণ :
মনোহৰে চহৰত মিস্ত্রী কৰে
সমার্থক : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
অর্থ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
উদাহরণ :
কাৰিকৰজন আজি কামলৈ নাহিল
সমার্থক : কাৰিগৰ
অর্থ : শিল্পৰ কাম কৰা ব্যক্তি
উদাহরণ :
তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি
সমার্থক : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ