সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
উদাহরণ : শ্যাম মোৰ কাষতে বহিল
সমার্থক : ওচৰ
অর্থ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
উদাহরণ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
সমার্থক : আগ, মূৰ
অর্থ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
উদাহরণ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
সমার্থক : পার্শ্ব
অর্থ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
উদাহরণ :
সমার্থক : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
অর্থ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
উদাহরণ : এই কাঁহীখনৰ কাণটো বৰ পাতল
সমার্থক : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
অর্থ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
উদাহরণ : তেওঁ ্ মোৰ ওচৰতে থাকে
সমার্থক : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
অর্থ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
উদাহরণ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
সমার্থক : কিনাৰ, দাঁতি, পাৰ
অর্থ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
উদাহরণ : আপোনাৰ কোন ফালে যাবলগীয়া আছে
সমার্থক : দিশ, পিন, ফাল
ইনস্টল