সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পাৰ হৈ যোৱা কাল বা সময়
উদাহরণ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
সমার্থক : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
অর্থ : আজিৰ পূর্বৰ দিনটো
উদাহরণ : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
সমার্থক : যোৱাকালি
অর্থ : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
উদাহরণ : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
সমার্থক : চিয়াঁহী, মহী
অর্থ : আজিৰ এদিন আগৰ দিন
উদাহরণ : মই কালি ইয়াত নাছিলো
ইনস্টল