অর্থ : মিহি বস্তু কটা বা খোঁচা যতন
উদাহরণ :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
সমার্থক : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
অর্থ : আৰবৰ এখন দেশ
উদাহরণ :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
অর্থ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
উদাহরণ :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ