অর্থ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
উদাহরণ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
সমার্থক : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
অর্থ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
উদাহরণ :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে