সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো বাস্তৱসন্মত নহয়
উদাহরণ : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
সমার্থক : অবাস্তৱিক, অযথার্থ, কাল্পনিক, খেয়ালি, মিছা
অর্থ : যিটো কাৰোবাৰ মনত উদয় হৈছে বা মনেৰে সজা
উদাহরণ : শ্যামৰ কথাত নাযাবা, তেওঁ ্কোৱা সকলো খবৰ মনে-সজা হʼব পাৰে
সমার্থক : অমূলক, মনে-গঢ়া, মনে-সজা
ইনস্টল