অর্থ : কলোম্বিয়াৰ নিবাসী
উদাহরণ :
এজন কলোম্বিয়ান কোকেইনৰ সৈতে ধৰা পৰিলে
সমার্থক : কলোম্বিয়া বাসী, কলোম্বিয়া-বাসী, কলোম্বিয়াবাসী
অর্থ : কলোম্বিয়া সম্বন্ধী বা কলোম্বিয়াৰ
উদাহরণ :
ইয়াত কলোম্বিয়ান কফিৰ বহুত চাহিদা আছে