অর্থ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
উদাহরণ :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
সমার্থক : তাকৰ হোৱা, ন্যূন হোৱা
অর্থ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
উদাহরণ :
তেওঁৰ ্উপার্জন কমি আহিছে
সমার্থক : সংকুচিত হোৱা
অর্থ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
উদাহরণ :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
সমার্থক : হ্রাস পোৱা