সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাড়ীত শৱ লৈ যোৱা বাকচ
উদাহরণ : মানুহ যিমানেই ধনী নহওক মৃত্যুৰ পিছত ্ তেওঁ কফিনতেই যাব লাগে
সমার্থক : কʼফিন, কাফন
অর্থ : শৱ শ্মশানলৈ নিবৰ বাবে কাঠ, বাঁহ আদিৰে সজা এক প্রকাৰৰ যতন
উদাহরণ : মৃতকক চাঙিত তুলি নিয়াৰ লগে লগে সকলোৱে আকৌ কান্দিবলৈ ধৰিলে
সমার্থক : চাঙি, জানাজা
ইনস্টল