অর্থ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
উদাহরণ :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
সমার্থক : অক্ষতযোনি নাৰী, কুমাৰী
অর্থ : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি
উদাহরণ :
এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব
সমার্থক : কন্যা ৰাশি, কন্যাৰাশি