অর্থ : প্রায়েই পাহৰি থকা ব্যক্তি
উদাহরণ :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
সমার্থক : কথা-পাহৰা
অর্থ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
উদাহরণ :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
সমার্থক : স্মৃতিভ্ৰংশ হোৱা
অর্থ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
উদাহরণ :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে