সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পুৰুষৰ জননেন্দ্রিয়:লিঙ্গ শৰীৰৰ একেবাৰে স্পর্শ্্কাতৰ অংগ
উদাহরণ :
সমার্থক : অণ্ডকোষ, উপস্থ, ধকৰি, পুংশ্চিহ্ন, পুৰুষাঙ্গ, মুষ্ক, লিঙ্গ, শিশ্ন
অর্থ : স্তন্যপায়ী প্রাণীৰ মতা জাতিৰ লিঙ্গৰ তলৰ মোনা যʼত দুটা গুটি থাকে
উদাহরণ : তেওঁৰ কণীত ঘা হৈছে
সমার্থক : অণ্ড কোষ, অণ্ডকোষ, ধকৰি, মুষ্ক
অর্থ : যʼৰ পৰা চৰাই, মাছ আদি জন্ম হয়
উদাহরণ : তেওঁ ্ সদায় এটাকৈ কুকুৰা চৰাইৰ কণী খায়
সমার্থক : অণ্ড, অণ্ডা, ডিম, ডিমা, ডিম্ব
ইনস্টল