অর্থ : যিজনে উপন্যাস লিখে
উদাহরণ :
মুন্সী প্রেমচান্দ সফল ঔপন্যাসিকসকলৰ অগ্রণী আছিল
সমার্থক : উপন্যাস-লেখক, উপন্যাসকাৰ
অর্থ : উপন্যাস বিষয়ক
উদাহরণ :
এই লেখকৰ ঔপন্যাসিক বিষয়বস্তু ৰুচিপূর্ণ
অর্থ : উপন্যাসত বর্ণ্্না কৰাৰ যোগ্য
উদাহরণ :
উপন্যাসকাৰে এটা ঔপন্যাসিক ঘটনাৰ সন্ধানত আছে