সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাখীৰ দিয়া চাৰিঠেঙীয়া জন্তুৰ স্তন
উদাহরণ : এই গাইজনীৰ ওহাৰখন বৰ ডাঙৰ
অর্থ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
উদাহরণ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
সমার্থক : কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
ইনস্টল