অর্থ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
উদাহরণ :
বানপানীত কিমান যে পশু উটি গৈছে
সমার্থক : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
অর্থ : পানীৰ ওপৰলৈ অহা
উদাহরণ :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে