সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : দহৰ দহ গুণ এশ
সমার্থক : শতক, ১০০
অর্থ : এশৰ সমূহ বা গোট
উদাহরণ : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
অর্থ : নব্বৈ আৰু দহ
উদাহরণ : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
সমার্থক : পাঁচ কুৰি, শ, ১০০
ইনস্টল