সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
উদাহরণ : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
সমার্থক : একে লগতে, লগতে, লগে লগে, সৈতে
অর্থ : সংযুক্ত হৈ
উদাহরণ : আমি একেলগে এই কামটো কৰিম
সমার্থক : লগে-ভাগে
অর্থ : একেটা সময়তে
উদাহরণ : এই দুইটা কাম একেলগে হৈ যাব
অর্থ : সমূহীয়া ৰূপত
উদাহরণ : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
সমার্থক : সমূহীয়াভাৱে, সামূহিকভাৱে
ইনস্টল