অর্থ : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
উদাহরণ :
পাইলটে উৰাজাহাজ উৰায়
অর্থ : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
উদাহরণ :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
সমার্থক : উৰাই দিয়া
অর্থ : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
উদাহরণ :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়