অর্থ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
উদাহরণ :
প্রধান আচার্যই ্পতাকা উৰাই আছে
অর্থ : আনৰ হতুৱাই উৰা
উদাহরণ :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
অর্থ : বতাহত ওপৰলৈ উঠা
উদাহরণ :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে