সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
উদাহরণ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
সমার্থক : উৰা
অর্থ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
উদাহরণ :
অর্থ : বতাহত উৰা
উদাহরণ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
অর্থ : যি উৰি আছে
উদাহরণ : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
সমার্থক : উড়ন্ত, উড্ডীন, উড্ডীয়মান
ইনস্টল