সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
উদাহরণ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
সমার্থক : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
অর্থ : আতুৰ হোৱা অৱস্থা
উদাহরণ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
সমার্থক : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
অর্থ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
উদাহরণ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
সমার্থক : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
ইনস্টল