অর্থ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
উদাহরণ :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
অর্থ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
উদাহরণ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
সমার্থক : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
অর্থ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
উদাহরণ :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
সমার্থক : বাহিৰ কৰা
অর্থ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
উদাহরণ :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
অর্থ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
উদাহরণ :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
অর্থ : লৈ যোৱা
উদাহরণ :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
অর্থ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
উদাহরণ :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
সমার্থক : আৱিষ্কৃত কৰা
অর্থ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
উদাহরণ :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
অর্থ : বাহিৰ কৰা
উদাহরণ :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
অর্থ : বিচাৰি সন্মুখত ৰখা কার্য
উদাহরণ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
সমার্থক : হস্তগত কৰা
অর্থ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
উদাহরণ :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
সমার্থক : আৱিষ্কাৰ কৰা