সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উপায়ৰ অভাৱ
উদাহরণ : উপায়হীন স্থিতিত সকলো ভাগ্যৰ ওপৰত এৰি দিয়াই উচিত হʼব
অর্থ : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
উদাহরণ : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
সমার্থক : নিৰুপায়, বিকল্পহীন
অর্থ : যাৰ উপায় নাথাকে
উদাহরণ : উপায়হীন সমস্যাক সামাধান কৰাৰ প্রয়াস ব্যর্থ হʼব
ইনস্টল