অর্থ : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ
উদাহরণ :
চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে
সমার্থক : উপমা অলংকাৰ, উপমালংকাৰ
অর্থ : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য
উদাহরণ :
ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়