সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি উদ্যমী নহয়
উদাহরণ : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
সমার্থক : নিৰুদ্যমী, নিৰুৎসাহ, ভগ্নোদ্যম, হতোদ্যম
অর্থ : যʼত উৎসাহ বা স্ফূর্তি নাই
উদাহরণ : স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
সমার্থক : অনুৎসাহী, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন
ইনস্টল