সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে প্রসন্নতা লাভ কৰিছে
উদাহরণ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
সমার্থক : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
ইনস্টল