অর্থ : * এনে কিবা কৰা যাৰ দ্বাৰা উত্তেজনা আহে
উদাহরণ :
গায়কে নিজৰ জোৰদাৰ গীতেৰে শ্রোতাক উত্তেজিত কৰিছিল
অর্থ : কাৰোবাক উত্তেজিত কৰি তোলা কার্য
উদাহরণ :
ৰামুৱে মোক উচটোৱাত মই শ্যামৰ সৈতে কাজিয়া লাগি ্গʼলোঁ
সমার্থক : উচটোৱা