অর্থ : উৰিষ্যাৰ অধিবাসী
উদাহরণ :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
অর্থ : যি লিপিত উড়িয়া ভাষা লিখা হয়
উদাহরণ :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
সমার্থক : উড়িয়া লিপি